This browser does not support the video element.
নলবাৰী: চহৰস্থিত বিজেপিৰ জিলা কাৰ্য্যলয়ত টাউন মণ্ডল বিজেপিৰ বিশেষ বৈঠক
Nalbari, Nalbari | Sep 13, 2025
দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙ্গলদৈত এক বিশাল জনসভা সম্বোধন কৰিব। ইফালে নলবাৰীৰ পৰা উক্ত সভাত উপস্থিত হবলগীয়া লোকৰ ব্যৱস্থাপনা সম্পৰ্কত আৰু আগন্তুক সাংগঠনিক বিভিন্ন দলীয় নিৰ্দেশনা সঠিকভাৱেই নিৰূপনৰ উদ্দেশ্যেই আজি নলবাৰী টাউন মণ্ডলৰ এখন বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত পৌৰনেত্ৰী জয়শ্ৰী তালুকদাৰ,মণ্ডল সমিতিৰ বিয়ববীয়া সকল,শক্তি কেন্দ্ৰ আহ্বায়ক সকল, ৱাৰ্ড পাৰিষদ আৰু দলীয় কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে।