This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াত স্থাপন হ’ব জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্তি আৰু ডিজিটেল সংগ্ৰাহলয়, ৰঙিয়াত এই কথা জনালে বিধায়ক ভবেশ কলিতাই
Rangia Part, Kamrup | Sep 23, 2025
ৰঙিয়াত স্থাপন হ’ব অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্তি আৰু ডিজিটেল সংগ্ৰাহলয়। মঙলবাৰে ৰঙিয়াত এই কথা জনালে বিধায়ক ভবেশ কলিতাই। অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ৰঙিয়াত স্থাপন হ’ব তেওঁৰ এক সুউচ্চ প্ৰতিমূৰ্তি আৰু অত্যাধুনিক ডিজিটেল সংগ্ৰাহলয়। জুবিনৰ মৃত্যুৰ ৰহস্য সন্দৰ্ভতো মন্তব্য বিধায়ক ভবেশ কলিতাৰ। মুখ্যমন্ত্ৰীয়ে যেনেদৰে কথাবোৰ কৈছে তেনেদৰেই চলিব সকলো তদন্ত।