Download Now Banner

This browser does not support the video element.

নলবাৰী: চহৰস্থিত নলবাৰী হৰিমন্দিৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰে হৰিমন্দিৰৰ বিষয়ববীয়াসকলৰে বৈঠক

Nalbari, Nalbari | Sep 6, 2025
পৱিত্র ভাদ মাহ উপলক্ষে অহা ২৬ ভাদ ১২ ছেপ্টেম্বৰৰ দিনা নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্রীশ্রী হৰিমন্দিৰ বাকৰিত ৫০০০ আই-মাতৃৰদ্বাৰা এক আকর্ষণীয় দিহা নামৰ আয়োজন কৰা হৈছে। তদুপলক্ষে আজি সন্ধিয়া এই আয়োজনৰ লগত জড়িত ব্যক্তিসকলৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক বৈঠকত মিলিত হৈ অনুষ্ঠানটি সুকলমে সম্পন্ন হোৱাৰ বাবে বিতং আলোচনা কৰোঁ।উক্ত বৈঠকত হৰিমন্দিৰৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us