Download Now Banner

This browser does not support the video element.

খুমটাই: হোৰা হোৰে কমিছে কেঁচা চাহপাতৰ দাম, হাহাকাৰ অৱস্থা ক্ষুদ্ৰ চাহ খেতিয়কৰ, খুমটাইত প্ৰতিক্ৰিয়া খেতিয়কৰ #jansamasya

Khumtai, Golaghat | Aug 22, 2025
হোৰা হোৰে কমিছে কেঁচা চাহপাতৰ দাম। হাহাকাৰ অৱস্থা ক্ষুদ্ৰ চাহ খেতিয়কৰ। শুক্ৰবাৰে দিনৰ প্ৰায় ১১ বজাত খুমটাইত প্ৰতিক্ৰিয়া খেতিয়কৰ। দৈনিক হ্ৰাস পোৱা কেঁচা চাহপাতৰ মূল্যই এতিয়া জুৰুলা কৰিছে খুমটাইৰ দুই সহস্ৰাধিক ক্ষুদ্ৰ চাহখেতিয়কক। কেঁচা চাহপাতৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস পোৱাত ক্ষোভিত হৈ পৰিছে। তেওঁলোকৰ অভিযোগ কেঁচাপাতৰ মূল্য হ্ৰাস পাইছে যদিও খেতিত ব্যৱহৃত সাৰৰ মূল্য কিন্তু হ্ৰাস পোৱা নাই। ইফালে বজাৰ চাহৰ মূল্যও আকাশলংঘী। চৰকাৰক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।
Read More News
T & CPrivacy PolicyContact Us