This browser does not support the video element.
তেজপুৰ: তেজপুৰ মেডিকেল কলেজৰ সন্মুখত জুবিন গাৰ্গৰ স্মৃতি তৰ্পণ অনুষ্ঠান
Tezpur, Sonitpur | Sep 19, 2025
শুক্ৰবাৰে সন্ধিয়া অনুমানিক ৭ বাজি ৩০ মিনিটত শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ মেডিকেল কলেজৰ সন্মুখত জুবিন গাৰ্গৰ স্মৃতি তৰ্পণ কৰা হয় ৷ উল্লেখ্য যে তেজপুৰ মেডিকেল কলেজৰ এম্বুলেন্স চালক সন্থাৰ উদ্যোগত আজি এই স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ তেজপুৰ মেডিকেল কলেজৰ এম্বুলেন্স চালক সন্থাই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্মৃতি তৰ্পণ কৰি শ্ৰদ্ধাৰে সোঁৱৰে ৷ আজি অজস্ৰ গুণমুগ্ধৰ সমাগম ঘটে উক্ত অনুষ্ঠানত৷