Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: এইবাৰ সাংবাদিক আৰু সংগঠনৰ নেতাৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগ, সৰুপথাৰত আৰক্ষী থানাত গোচৰ

Sarupathar, Golaghat | Sep 9, 2025
এইবাৰ সাংবাদিক আৰু সংগঠনৰ নেতাৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগ। মঙ্গলবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত সৰুপথাৰ আৰক্ষী থানাত গোচৰ। সৰুপথাৰ এগৰাকী সাংবাদিক আৰু আন এগৰাকী সংগঠনৰ নেতাৰ বিৰুদ্ধে ভয়-ভাবুকিৰে ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰি এফ্ৰেম লাকড়া নামৰ এগৰাকী ব্লক প্ৰজেক্ট মেনেজাৰে আৰক্ষীৰ কাষ চাপে। অভিযোগ কৰাৰ মতে ৫০ হাজাৰ টকা দাবী কৰে অভিযুক্তদ্বয়ে। ইতিমধ্যে সৰুপথাৰ আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰিছে এফ্ৰেম লাকড়াই।
Read More News
T & CPrivacy PolicyContact Us