Download Now Banner

This browser does not support the video element.

নাজিৰা: নাজিৰাত কা"বিৰোধী প্ৰতিবাদী কাৰ্য্যসূচী অসমীয়া যুৱ মঞ্চৰ

Nazira, Sivasagar | Sep 11, 2025
নাজিৰাত বৃহস্পতিবাৰে কা"বিৰোধী প্ৰতিবাদী কাৰ্য্যসূচী অসমীয়া যুৱ মঞ্চৰ।জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি সমগ্ৰ অসমতে বিভিন্ন দল - সংগঠন আৰু অসমীয়া জনগণৰ প্ৰতিবাদ অব্যাহত আছে । বৃহস্পতিবাৰে বিয়লি নাজিৰা নগৰৰ মাজমজিয়াস্থিত চাৰিআলিত অসমীয়া যুৱ মঞ্চৰ নাজিৰা আঞ্চলিক সমিতিয়ে "কা" ৰ বিৰোধিতা কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।
Read More News
T & CPrivacy PolicyContact Us