Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: চাৰিআলিত আৰক্ষীৰ জালত অনলাইন গেমৰ লগত জড়িত দুজন যুৱক, জে'ল-হাজোতলৈ প্ৰেৰণ বিশ্বনাথ আৰক্ষীৰ

Biswanath, Biswanath | Aug 11, 2025
বিশ্বনাথ চাৰিআলিত ফেক একাউণ্ট ব্যৱহাৰ কৰি অনলাইন গেমৰ লগত জড়িত লোকক একাউণ্ট নম্বৰ দি ঠগ প্ৰবঞ্চনাৰ জাল পেলোৱা দুই যুৱক এতিয়া ৰঙাঘৰৰ আলহী হৈছে। জানিব পৰা মতে বিশ্বনাথৰ যুৱক ৰোহন সিং পাৱাৰ আৰু কুমলীয়াৰ আজগৰ আলিক ফেক একাউণ্টৰ অভিযোগত যোৱা ৭ আগষ্টত নিশা বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছিল। ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাই কেচ নং ৪২০ অপৰাধত ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।
Read More News
T & CPrivacy PolicyContact Us