This browser does not support the video element.
জলহ ভাগ: জ্যোতিনগৰত ভাৰতীয় জনতা পাৰ্টিত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
Jalah Part, Baksa | Sep 1, 2025
জ্যোতিনগৰত ভাৰতীয় জনতা পাৰ্টিত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস । আজি জ্যোতিনগৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতত এক শতাধিক লোকৰ ওপৰত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি যোগদান কৰে লোকসকলে। যোগদান কাৰ্যসূচীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে উপস্থিত থাকে EM গৌতম দাস আৰু ভাৰতীয় জনতা পাৰ্টিৰ মথনগুৰী মণ্ডলৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।