Download Now Banner

This browser does not support the video element.

বৰভাগ: কৰিয়াত ছাত্ৰ সন্থাৰ শিক্ষক দিৱস আৰু বিশেষ অভিনন্দন অনুষ্ঠান

Barbhag, Nalbari | Sep 5, 2025
কৰিয়াত ছাত্ৰ সন্থাৰ শিক্ষক দিৱস আৰু বিশেষ অভিনন্দন অনুষ্ঠান ।নলবাৰী জিলা ছাত্র সন্থাৰ অন্যতম আঞ্চলিক পশ্চিম উপৰ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাই আজি শিক্ষক দিৱসৰ দিনা শিক্ষক দিৱস আৰু বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰে।উল্লেখযোগ্য য়ে অঞ্চলটোৰ কেইবাগৰাকীও শিক্ষকক সম্বধৰ্ণা জনাই । লগতে উক্ত অঞ্চলৰ কৃতি ছাত্র ছাত্ৰীক অভিনন্দন জনাই।
Read More News
T & CPrivacy PolicyContact Us