Download Now Banner

This browser does not support the video element.

তেজপুৰ: নাগৰিকত্ব সংশোধনী অধিসূচনাৰ বিৰুদ্ধে তেজপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই

Tezpur, Sonitpur | Sep 9, 2025
নাগৰিকত্ব সংশোধনী অধিসূচনাৰ বিৰুদ্ধে তেজপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই ৷ উল্লেখ্য যে বীৰ লাচিত সেনাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আজি উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বীৰ লাচিত সেনাৰ নেতাকৰ্মী সকলে হাতে হাতে বেনাৰ প্লে’কাৰ্ড লৈ CAA আমি নামানো,CAA বাতিল কৰক,আমাৰ দাবী মানিবৈ লাগিব আদি বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
Read More News
T & CPrivacy PolicyContact Us