Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: চাৰিআলি পৌৰসভাৰ সভাগৃহত জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ৬৪ সংখ্যক শিক্ষক দিৱস উদযাপন, বিধায়কৰ অংশগ্ৰহণ

Biswanath, Biswanath | Sep 5, 2025
শিক্ষক দিৱসৰ এই পবিত্র দিনটোত সমগ্ৰ দেশৰ লগতে আজি বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সভাগৃহত জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন শিক্ষক সংগঠনৰ সহযোগত ৬৪ সংখ্যক শিক্ষক দিৱসটি উদযাপন কৰে । এই অনুষ্ঠানত বিধায়ক প্ৰমোদ বৰঠাকুৰ, দিগন্ত ঘাটোৱাল, জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, অতিৰিক্ত আয়ুক্ত সংগীতা বৰঠাকুৰ, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, প্ৰাথমিক শিক্ষা বিষয়া আদি অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us