Download Now Banner

This browser does not support the video element.

নাৰায়ণপুৰ: মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত গুৰুজনাৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি উদযাপন

Narayanpur, Lakhimpur | Sep 12, 2025
আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি।ৰাজ্যৰ সত্ৰ-নামঘৰ সমুহত বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গুৰুজনাৰ তিৰোভাব তিথি।মহাপুৰুষজনাৰ জন্মস্থান লেটেকুপুখুৰীটো শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে তিৰোভাব তিথি।মহাপুৰুষ জনাৰ তিৰোভাব তিথি উপলক্ষে ইতিমধ্যে জন্মস্থান লেটেকুপুখুৰীত ভকত বৈষ্ণৱৰ ভীৰ পৰিলক্ষিত হৈছে।
Read More News
T & CPrivacy PolicyContact Us