Install App
publicamguri
This browser does not support the video element.
আমগুৰি: হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত কৰিবলৈ আমগুৰিত দাবী চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ কাৰ্যকৰী সভাপতিৰ
Amguri, Sivasagar | Sep 24, 2025
সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত কৰিবলৈ আমগুৰিত বুধবাৰে মুখ্যমন্ত্ৰীলৈ দাবী জনালে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ কাৰ্যকৰী সভাপতি অবিনাশ তচাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!