Download Now Banner

This browser does not support the video element.

মৰাণ: খোৱাঙত অভিৰুচী ক্ৰীড়া দিৱস উপলক্ষে অনুষ্ঠিত হ'ল মাৰাথন প্ৰতিযোগিতা,ৰাজ্যৰ অৰ্ধশতাধিক পুৰুষ-মহিলাই কৰিলে অংশগ্ৰহণ

Moran, Dibrugarh | Sep 3, 2025
অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন উপলক্ষে আজি খোৱাঙত অভিৰুচী ক্ৰীড়া দিৱস পালন কৰা হয়। খোৱাং ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচী ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি খোৱাঙত আয়োজন কৰে পুৰুষ আৰু মহিলাৰ  প্ৰাইজমানী মাৰাথন প্ৰতিযোগিতা । মৰাণৰ নৱ-নিৰ্মিত ৰানৱেৰ সমীপৰ পৰা খোৱাঙৰলৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই মাৰাথন প্ৰতিযোগিতাত অৰ্ধশতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ।
Read More News
T & CPrivacy PolicyContact Us