Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াৰ মৰাণজানাত বিষপান কৰি মৃত্যুবৰণ কৰা যুৱতীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত এজনক অটক,আদলত হাজিৰ অভিযুক্তক

Rangia Part, Kamrup | Aug 30, 2025
ৰঙিয়াৰ মৰাণজানাত বিষপান কৰি মৃত্যুবৰণ কৰা যুৱতীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত এজনক অটক। জোনমনি মৃত্যুৰ পিছতে পলাতক হৈ আছিল অভিযুক্ত পিতা পুত্ৰ। শনিবাৰে ৰঙিয়াৰ আৰক্ষীয়ে আটক কৰে অভিযুক্ত যুৱকৰ পিতৃ জাকিৰ হুছেইনক। ইতিমধ্যেই জাকিৰ হুছেইনক আদলত হাজিৰ কৰিছে ৰঙিয়া আৰক্ষীয়ে।
Read More News
T & CPrivacy PolicyContact Us