Download Now Banner

This browser does not support the video element.

মৰঙী: নুমলীগড়ৰ পাৰঘাটত বন বিষয়াৰ উপস্থিতিত সাংবাদিকক আক্ৰমণ বালি মাফিয়াৰ, কমাৰগাঁও থানাত এজাহাৰ দাখিল

Morangi, Golaghat | Sep 1, 2025
নুমলীগড়ৰ পাৰঘাটত বন বিষয়াৰ উপস্থিতিতে সাংবাদিকক আক্ৰমণ বালি মাফিয়াৰ। সোমবাৰে বিয়লি প্ৰায় ৪.৩০ বাজত কমাৰগাঁও থানাত এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিকৰ। ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা। নুমলীগড়ৰ পাৰঘাতত এইবাৰ বালি মাফিয়াৰ আক্ৰমণৰ বলি হব লগা হল এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক। বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে আক্ৰমণ সাংবাদিকগৰাকীক। উল্লেখ্য যে, ধনশিৰি নদীত বালি সৰবৰাহৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিকগৰাকীয়ে‌।
Read More News
T & CPrivacy PolicyContact Us