Download Now Banner

This browser does not support the video element.

সোণাৰি: ৰহদৈ আলিত এঘাৰ মাহে নিৰুদ্দেশ হৈ থকা আৰক্ষী জোৱান মঃৰবিৰুল হুছেইনৰ মৃতদেহ পুতি থোৱা অৱস্থাত উদ্ধাৰ

Sonari, Charaideo | Jun 14, 2025
এঘাৰ মাহৰ পাছত খান্দি উলিয়ালে আৰক্ষী জোৱান মঃ ৰবিৰুল হুছেইনৰ মৃতদেহ।উল্লেখযোগ্য যে মানকাচাৰৰ ২৬ এপিবিএন(আই.আৰ)ৰ হাবিলদাৰ মঃৰবিৰুল হুছেইনে ডেৰ মাহৰ ছুটিৰ অন্ততবিগত বৰ্ষ ২০২৪ বৰ্ষৰ ২৭ জুলাইত মানকাচাৰৰ কৰ্মস্থলীলৈ বুলি টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰহদৈ আলি নিমাইগড় হাবি গাৱৰ বাসগৃহৰ পৰা ওলাই যোৱাৰ পাছতে সন্ধানহীন হৈ পৰিছিল।ঘটনাৰ সন্দৰ্ভত আৰক্ষী বেটেলিয়নৰ হাবিলদাৰ ৰবিৰুলৰ দ্বিতীয়া পত্নী বেবী বেগমে স্বামী নিৰুদ্দেশ বুলি আৰক্ষীক অৱগত কৰি সমগ্ৰ ঘটনা বিপথে পৰিচালিত কৰিব ব
Read More News
T & CPrivacy PolicyContact Us