Download Now Banner

This browser does not support the video element.

ডিফু: হাওৰাঘাটত শাখা কবি সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

Diphu, East Karbi Anglong | Sep 9, 2025
হাওৰাঘাটত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত হাওৰাঘাট শাখা কবি সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশনখনি  হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত  মঙলবাৰে বিয়লি তিনিবজাত সফল সামৰণি পৰে ৷  ৰাতিপুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শাখাৰ সভাপতি কল্পনা বৰাই। পৰৱৰ্তীসময়ত অনুষ্ঠিত হয় বিষয় বাচনি সভা। এই সভাতেই আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে নতুন কাৰ্যকৰী সমিতি গঠন কৰা হয়। বিদ্যাৰাম ছিংনাৰক সভাপতি আৰু গৌতম চন্দক সম্পাদক হিচাপে লৈ গঠন
Read More News
T & CPrivacy PolicyContact Us