This browser does not support the video element.
বাক্সা: আজি চলি আছে বাক্সা জিলাৰ ভুকুৱামাৰীত ভোটদান প্ৰক্ৰিয়া
Baska, Baksa | Sep 22, 2025
বিটিচি নিৰ্বাচন আদি ভোটদান প্ৰক্ৰিয়া । তাৰ সমন্তৰালকৈ আজি চলি আছে বাক্সা জিলাৰ ভুকুৱামাৰীত ভোটদান প্ৰক্ৰিয়া । শান্তি সম্প্ৰীতি অটুট ৰাখি চলিছে ভোটদান প্ৰক্ৰিয়া। বাক্সা জিলাৰ ভুলকামাৰী ভোটাৰে ৰাতিপুৱাৰে পৰা ভোট দিবলৈ আহি উপস্থিত হৈছে ভোট দিবলৈ । ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ ভুকুৱামাৰী এয়া হৈছে ভোটদান প্ৰক্ৰিয়া।