Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: চন্দন হাজৰিকাৰ মৃত্যুৰ সঠিক তদন্তৰ দাবীত নগৰত আৰক্ষী অধীক্ষকক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জিলা সমিতিৰ স্মাৰক পত্ৰ

North Lakhimpur, Lakhimpur | Aug 27, 2025
কটনৰ মেধাৱী ছাত্ৰ নৰাগাঁৱৰ চন্দন হাজৰিকাৰ মৃত্যৰ ঘটনাই জোকাৰিছে ৰাজ্য । নৰাগাঁৱৰ চন্দন হাজৰিকাৰ মৃত্যুৰ সঠিক তদন্তৰ লগতে ন‍্যায় দাবীত বুধবাৰে উত্তৰ লখিমপুৰ নগৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
Read More News
T & CPrivacy PolicyContact Us