Download Now Banner

This browser does not support the video element.

ওদালগুৰি: মাজবাটত বিপিএফৰ কাৰ্যালয়ত ৫০ গৰাকী যুবক বিপিএফত যোগদান

Udalguri, Udalguri | Sep 11, 2025
ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধান সভা সমষ্টিৰ অধীনস্থ পাঁচনৈ চেৰফাং সমষ্টিৰ কাৰ্যালয়ত বিপিএফৰ নীতি আদৰ্শ ভাল পাই ৫০জন লোক বিপিএফত যোগদান কৰে। এই অনুষ্ঠানত পৰিষদীয় পাঁচনৈ চেৰফাং সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডী,পাঁচনৈ চেৰফাং ব্লক সমিতিৰ সভাপতি মন্টু দাস আদি বিষয়ববীয়াই উপস্থিত থাকি সহায় সহযোগিতা কৰে।
Read More News
T & CPrivacy PolicyContact Us