This browser does not support the video element.
টিহু ভাগ: নলবাৰীৰ টিহুত ১০০ ফুট উচ্চতাৰ ৰাৱন দাহন
Tihu Part, Nalbari | Oct 2, 2025
১২২ সংখ্যক টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজাৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে ৰাৱন দাহ পৰ্ব । ৰাৱণ দহনৰ প্ৰাক মুহূৰ্ত্তত ১২২ সংখ্যক টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দূৰ্গা পূজাৰ মহোৎসৱৰ সমিতিয়ে ধৰ্মীয় শোভাযাত্ৰা উলিয়াই ।উক্ত ধৰ্মীয় শোভাযাত্ৰাত অগণন ভক্তই অংশগ্ৰহন কৰে । বিজয়া দশমীৰ লগত সংগতি ৰাখি সন্ধিয়া টিহু হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ল ৰাৱন দাহন । ।