Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ৰৌতাত ইউপিপিএলৰ ৩টা প্ৰাইমাৰী কাৰ্যালয় মুকলি কৰে ইএম নীলোৎ স্বৰ্গীয়াৰীয়ে

Udalguri, Udalguri | Sep 3, 2025
সমাগত বিটিআৰৰ পৰিষদীয় নিৰ্বাচনক লৈ সমগ্ৰ বিটিআৰতে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰাভিযান তীব্ৰ কৰি তুলিছে ।বিটিআৰ ৰ ইএম নিলুত স্বৰ্গীয়াৰীয়ে ও নিজৰ সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ ব্যাপক প্ৰচাৰাভিযান চলাইছে । আজি দিনৰ দহ বজাৰ পৰা ১২ বজাৰ ভিতৰত থিনিটাকৈ নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভ উন্মোচন কৰে । পুৱা ১০বজাত ৰৌতা হাটখোলাত ইউপিপিএল দলৰ ৰৌতা ব্লক নিৰ্বাচনী প্ৰচাৰ সমিতিৰ কাৰ্য্যালয়ৰ শুভ উন্মোচন কৰে নিলুত স্বৰ্গীয়াৰীয়ে ।
Read More News
T & CPrivacy PolicyContact Us