This browser does not support the video element.
আমগুৰি: আমগুৰি চাহবাগিছাত কেন্দ্ৰীয় কৰম উৎসৱ উদযাপন
Amguri, Sivasagar | Sep 11, 2025
আমগুৰি চাহবাগিছাত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় কৰম উৎসৱ উদযাপন কৰা হৈছে।চাহজনগোষ্ঠী মৰ্চা শিৱসাগৰ জিলা সমিতি আৰু আমগুৰি মণ্ডলৰ উদ্যোগত আৰু আমগুৰি,বৰবাম,হালোৱাটিং,বাঘজান,টিফুক,বৰচিলাদেওপানী লাদৈগড় আৰু বৰুৱা চাহবাগিছাৰ সমুহ ৰাইজৰ সহযোগত কেন্দ্ৰীয় কৰম উৎসৱ উদযাপন কৰা হৈছে।