Download Now Banner

This browser does not support the video element.

ধেমাজি: ধেমাজি অসামৰিক চিকিৎসালয়ত মহিলাৰ মৃত্যুৰ পাছতে উত্তপ্ত পৰিস্থিতি,সন্তান প্ৰসৱৰ বাবে চিজাৰিয়ন কৰা পাছতে মৃত্যুৰ অভিযোগ

Dhemaji, Dhemaji | Sep 23, 2025
*ধেমাজি অসামৰিক চিকিৎসালয়ত প্ৰসূতিৰ মৃত্যুৰ পাছতে উত্তপ্ত পৰিস্থিতি।* *সন্তান প্ৰসৱৰ বাবে চিজাৰিয়ন কৰা পাছতে মৃত্যু এগৰাকী প্ৰসূতিৰ।* *ভুল চিকিৎসাৰ বাবে স্বৰ্ণ বৰগোহাঁই নামৰ ২৮ বছৰীয়া প্ৰসূতি গৰাকীৰ মৃত্যুৰ দাবী তুলিছে পৰিয়ালে ।* * পুৱা লৈকে সুস্থ থকা মহিলা গৰাকী সন্তান প্ৰসৱৰ বাবে চিজাৰিয়ান কৰা পিছত মৃত্যু হোৱা অভিযোগ *
Read More News
T & CPrivacy PolicyContact Us