This browser does not support the video element.
সোণাৰি: চেপনত ৰাইজৰ উপস্থিতিত চেপন দূৰ্গা পূজাৰ লাইখুঁটা স্থাপন কৰিলে কেবিনেট মন্ত্ৰী যোগেন মহনে
Sonari, Charaideo | Sep 1, 2025
আজি ৰাইজৰ সৈতে চেপন সৰ্বজনীন দূৰ্গা পূজাৰ লাইখুটা স্থাপন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ পৰিবহন, পাৰ্বত্য অঞ্চল উন্নয়ন, সমবায়, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস বিভাগৰ মন্ত্ৰী যোগেন মহনে। চৰাইদেউ জিলাৰ চেপনত চেপন সৰ্বজনীন দূৰ্গা পূজা সমিতিয়ে আয়োজন কৰা এইবাৰৰ দূৰ্গা পূজা স্থলীৰ লাইখুটা স্থাপন কৰা হয়। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজৰ সৈতে কেবিনেট মন্ত্ৰী যোগেন মহনে চেপন সৰ্বজনীন দূৰ্গা পূজাৰ লাইখুটা স্থাপন কৰে।লাইখুটা স্থাপনৰ জৰিয়তে পূজাৰ স্থানক পৱিত্