This browser does not support the video element.
সোণাৰি: সাপেখাতী লক্ষীপথাৰ গাঁৱৰ এগৰাকী বোৱাৰী গুৱাহাটীত সন্ধানহীন হোৱা পাছতেই পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ
Sonari, Charaideo | Sep 6, 2025
সোণালীপুৰ লক্ষীপথাৰ এগৰাকী মহিলা সন্ধানহীন,কৰ্মসূত্ৰে গুৱাহাটীলৈ গৈ সন্ধানহীন মহিলা গৰাকী।চৰাইদেউৰ এগৰাকী বোৱাৰী গুৱাহাটীত সন্ধানহীন। কৰ্মসূত্ৰে গুৱাহাটীলৈ গৈ মহিলা গৰাকী সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত সোণালীপুৰ লক্ষীপথাৰ গাঁৱৰ বাবুল গগৈ আৰু কৰবী গগৈৰ ২৫ বছৰীয়া কন্যা সুস্মিতা গগৈ কৰ্মসূত্ৰে গুৱাহাটীৰ গৌৰীপুৰ ভেটাপাৰাৰ ভাৰাঘৰত থাকে।সুস্মিতা গগৈ লাকুৱাৰ টিপমীয়া গাঁৱৰ বাবুল গগৈৰ পত্নী।৩০ আগষ্ট