This browser does not support the video element.
তেজপুৰ: তেজপুৰত অসম গণ পৰিষদ দলৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ সমষ্টিৰ বিধায়ক
Tezpur, Sonitpur | Sep 20, 2025
তেজপুৰত অসম গণ পৰিষদ দলৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা ৷ উল্লেখ্য যে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সৰ্বত্ৰে গভীৰ শোঁকৰ ছা পৰিছে ৷ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰিয় শিল্পী গৰাকীক সোঁৱৰি জনাইছে শেষ শ্ৰদ্ধাঞ্জলি ৷ সমান্তৰালভাৱে অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰস্থিত জিলা কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জনায় ৷