Install App
shivbhakti
This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াত বিধায়ক ভৱেশ কলিতাৰ নেতৃত্বত অসম লোকসেৱা আয়োগ-কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থীৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ
Rangia Part, Kamrup | Sep 10, 2025
বুধবাৰে বিধায়ক ভবেশ কলিতাৰ নেতৃত্বত ৰঙিয়াত অসম লোকসেৱা আয়োগ আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থীৰ বাবে আয়োজন কৰা হৈছে ‘প্ৰত্যাশা-২০২৫’ শীৰ্ষক বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ। ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনত আয়োজিত হয় শিবিৰৰ আনুষ্ঠানিক শুভাৰম্ভণী অনুষ্ঠান।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!