Download Now Banner

This browser does not support the video element.

ডিফু: বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু , আন এজনৰ অৱস্থা সংকটজনক

Diphu, East Karbi Anglong | Aug 31, 2025
বোকাজানত সংঘটিত হৈছে  মৰ্মান্তিক ঘটনা। দেওবাৰে পুৱা প্ৰায় ৮ বাজি ৩০ মিনিটত বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যুৰ লগতে এজনৰ অৱস্থা সংকটজনক হৈ আছে ৷ঘটনাকলৈ এলেকাটোত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ খটখটী APDCL নিয়ন্ত্ৰণ কক্ষত , এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ কৰ্মৰত শ্ৰমিকৰ ৰোষত পৰে APDCL ৰ নিয়ন্ত্ৰণ কক্ষ কৰ্মচাৰীৰ বিদ্যুৎ বিভাগৰ চুড়ান্ত গাফিলতিৰ বাবেই বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ গল এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ কৰ্মৰত এজন শ্ৰমিকৰ ।
Read More News
T & CPrivacy PolicyContact Us