Download Now Banner

This browser does not support the video element.

বোকাখাত: বোকাখাতত অসম চাহ জনজাতি মহিলা সমিতি, গোলাঘাট জিলাৰ পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা, উপস্থিত কেন্দ্ৰীয় প্ৰতিনিধি

Bokakhat, Golaghat | Aug 24, 2025
বোকাখাতত অসম চাহ জনজাতি মহিলা সমিতি, গোলাঘাট জিলাৰ পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা। দেওবাৰে বিয়লি প্ৰায় ৫ মান বজাত সামৰণি পৰা উক্ত কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় প্ৰতিনিধি। প্ৰতিনিধি সভাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে আটুৱা প্ৰতিষ্ঠাপক সভানেত্রী মামণি গাজলুৱে। অসম চাহ জনজাতি মহিলা সমিতি, গোলাঘাট জিলা তদৰ্থ সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত আটছাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ বৰাইককে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us