Download Now Banner

This browser does not support the video element.

বকো: অসম-মেঘালয় সীমান্তৱৰ্তী লাম্পীত সীমা কেন্দ্ৰীক বিবাদ, অসম চৰকাৰৰ উন্নয়নমূলক কামত বাধা মেঘালয় সমৰ্থক আৰু মেঘালয় আৰক্ষীৰ

Boko, Kamrup | Aug 28, 2025
বৃহস্পতিবাৰে অসম-মেঘালয় সীমান্তৱৰ্তী লাম্পীত সীমা কেন্দ্ৰীক বিবাদ। আপাৰ লাম্পীৰ মৌচিকাত অসম চৰকাৰৰ উন্নয়নমূলক কামত বাধা। দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কালৰ্ভাট সজাত বাধা। বাধা প্ৰদান কৰে মেঘালয় সমৰ্থক আৰু মেঘালয় আৰক্ষীয়ে। ভাঙি দিয়ে শ্ৰমিকৰ বাবে সজা অস্থায়ী গৃহ। এই কাৰ্যক লৈ তীব্ৰ উত্তেজনা। ঘটনাস্থলীত উপস্থিত বকো-ছয়গাঁও সমজিলাৰ দণ্ডাধীশ ৰবেন দেউৰী।
Read More News
T & CPrivacy PolicyContact Us