Download Now Banner

This browser does not support the video element.

লংকা: কাকী ডেৰাপথাৰত বিধায়ক শিবু মিশ্ৰৰ উপস্থিতিত জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলী দিয়া নিৰ্মিতে মম লৈ সমদল

Lanka, Hojai | Sep 21, 2025
কাকী ডেৰাপথাৰত বিধায়ক শিবু মিশ্ৰৰ উপস্থিতিত জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলী দিয়া নিৰ্মিতে মম লৈ সমদল। কাকী ডেৰাপথাৰত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ উপস্হিতিত জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলী দিয়া নিৰ্মিতে মম লৈ সমদল। উক্ত সমদলত বিধায়ক শিবু মিশ্ৰৰ উপৰিও বিজেপি নেতা কৰ্মী তথা স্হানীয় ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us