This browser does not support the video element.
জলহ ভাগ: জাখলিৰপাৰত ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী গৌতম দাসৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় শুভ উদ্বোধন
Jalah Part, Baksa | Sep 11, 2025
জাখলিৰপাৰত ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী গৌতম দাসৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় শুভ উদ্বোধন। আজি জাখলিপাৰত ভাৰতীয় জনতা পাৰ্টি ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰে ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী গৌতম দাস। কাৰ্যলয় শুভ উদ্বোধনিত অনুষ্ঠানত উপস্থিত থাকে ৰৌথাবাৰি সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, মথনগুৰী মণ্ডলৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকল আৰু ৫ শতাধিক সমৰ্থক উপস্থিত থাকে ।