Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: সাগৰকুছি মিনি ষ্টেডিয়ামত অনুষ্ঠিত ফুটবল খেলত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

Ghograpar Part, Nalbari | Sep 15, 2025
আজি কৈলাশ মল্লবৰুৱা স্মাৰক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ কলগাছিয়াৰ ৰেডিয়েন্স একাডেমী আৰু যোৰহাট টাউন ক্লাবৰ মাজৰ চূড়ান্ত খেলখন উদ্বোধন কৰি খেল উপভোগ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উল্লেখযোগ্য য়ে সাগৰকুছি মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয় উক্ত খেলখন।
Read More News
T & CPrivacy PolicyContact Us