This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: চাবতি পঞ্চায়তৰ ৫নং বাণ্টোবঙালী ৱাৰ্ডত প্ৰায় ডেৰ শতাধিক কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকৰ বিজেপিত যোগদান
North Lakhimpur, Lakhimpur | Aug 23, 2025
লখিমপুৰ মণ্ডল বিজেপি অন্তৰ্গত চাবতি পঞ্চায়তৰ ৫ নং বান্টোবঙালী ৱাৰ্ডত শনিবাৰে প্ৰায় ডেৰ শতাধিক কংগ্ৰেছৰ কৰ্মি আৰু সমৰ্থকে বিজেপি দলত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত লক্ষীমপুৰ মণ্ডল বিজেপিৰ সভাপতি শ্ৰী প্ৰফুল্ল দত্ত, লখিমপুৰ জিলা পৰিষদৰ সদস্য শ্ৰী সুচন্দ্ৰ খাটনীয়া, মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক অভিজিত বৰুৱা, শিশুৰাম শইকীয়া, উপ সভাপতি বিণন ধান, সম্পাদক গোপাল বৰা আদি উপস্থিত থাকে বুলি জানিব পৰা গৈছে।