This browser does not support the video element.
ডিফু: খটখটীত বোকাজান আৰু খটখটী থানা ,গাওঁৰক্ষী বাহিনীৰ উদ্যোগত মাটিপুল খেল পথাৰত,ড্ৰাগছ, বাল্যবিবাহ আদি সন্দৰ্ভত সজাগতা সভা
Diphu, East Karbi Anglong | Sep 2, 2025
মঙলবাৰে বিয়লি প্ৰায় ৩ বজাত বোকাজান মহকুমাৰ অন্তগৰ্ত মাটিপুল খেল পথাৰত বোকাজান, খটখটী থানা আৰৱ গাওঁৰক্ষী বাহিনী উদ্যোগত ড্ৰাগছ ,শিশু সৰবৰাহ,বাল্য বিবাহ,জুৱা খেলৰ তথা মাটিপুল আৰু বেঙেনাবিল গাওঁত হৈ থকা সমস্যাৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয় । আজিৰ সজাগতা সভাত উপস্থিত থাকে বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰক্ষ্ম বোকাজান থানা উপদেষ্টা সমিতিৰ সভাপতি চন্দন ফুকন , খটখটী থানা উপদেষ্টা সমিতিৰ সভাপতি সুৰেশ কুমাৰ সিঙ , খটখটী নাগৰিক সমিতি সদস্যা মিষ্টি সুৰ,গাওঁৰক্ষী বাহি