This browser does not support the video element.
নলবাৰী: চহৰত সদৰ থানাত এজাহাৰ দাখিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি
Nalbari, Nalbari | Sep 24, 2025
নলবাৰী সদৰ থানাত এজাহাৰ দাখিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি । অসমৰ একমাত্ৰ সম্পদ জুবিন গাৰ্গক ছিংগাপুৰলৈ নি পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত এজাহাৰ দাখিল নলবৰীয়াৰ৷ নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজককে ধৰি কেইবাগৰাকীও ব্যক্তিৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল নলবৰীয়াৰ৷