This browser does not support the video element.
ধেমাজি: জোনাইৰ গালীত গণ স্বেচ্ছাসেৱক বাহিনীৰ কৰ্মশালা অনুষ্ঠিত, উপস্থিত জোনাইৰ বিধায়ক ভূৱন পেগু
Dhemaji, Dhemaji | Feb 5, 2025
শক্তিশালী আৰু ঐক্যবদ্ধ জাতি গঠনৰ লক্ষ্যৰে বুধ বাৰে দিনৰ প্ৰায় তিনি মান বজাত TMPK, MMK আৰু TMMK-ৰ উদ্যোগত বৃহত্তৰ জোনাই অঞ্চলৰ গালীত 'গণ স্বেচ্ছাসেৱক বাহিনীৰ' কৰ্মশালা আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে জোনাই বিধায়ক ভূৱন পেগু উপস্থিত হৈ প্ৰায় ডেৰ সহস্ৰাধিক দৃঢ় নিশ্চয়ী মিচিং স্বেচ্ছাসেৱকক সম্বোধন কৰে । লগতে সকলোকে একত্ৰিত হৈ মিচিং ।