This browser does not support the video element.
ধেমাজি: কা বাতিলৰ দাবীত, AJYCP ধেমাজি সদৰ আঞ্চলিক সমিতি উদ্যোগত জিলা সদৰত প্ৰতিবাদী কাৰ্যসূচী
Dhemaji, Dhemaji | Sep 4, 2025
কা বাতিলৰ দাবীত,AJYCP ধেমাজি সদৰ আঞ্চলিক সমিতি উদ্যোগত জিলা সদৰত প্ৰতিবাদী কাৰ্যসূচী বৃহস্পতি বাৰে সন্ধিয়া প্ৰায় ৬,৩০ মিনিট অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত কা বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰে কা সন্দৰ্ভত দিয়া প্ৰতিবেদন দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগঠন টোৱে। লগতে অতি সো