This browser does not support the video element.
জলহ ভাগ: থমনা ৰাস মন্দিৰটোৰ কামৰ অগ্ৰগতিৰও বুজ লয় বিধায়ক ফনিধৰ তালুকদাৰ
Jalah Part, Baksa | Aug 24, 2025
থমনা ৰাস মন্দিৰটোৰ কামৰ অগ্ৰগতিৰও বুজ লয় বিধায়ক ফনিধৰ তালুকদাৰ । আজি মানাহ বিধান সভা সমষ্টিৰ অন্তৰ্গত থমনা ৰাস কমিটিৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰে বিধায়ক ফনিধৰ তালুকদাৰ । লগতে নৱনিৰ্মিত থমনা ৰাস মন্দিৰটোৰ কামৰ অগ্ৰগতিৰ বুজ লয় বিধায়ক ফনিধৰ তালুকদাৰ। বিধায়ক ফনিধৰ তালুকদাৰ সৈতে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ বাক্সা জিলাৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।