This browser does not support the video element.
জলহ ভাগ: বিজেপি প্ৰাৰ্থী গৌতম দাসৰ উপস্থিতত এক শতাধিক লোকে মাছুৱা গাঁওত বিজেপিত যোগদান
Jalah Part, Baksa | Sep 7, 2025
বিজেপি প্ৰাৰ্থী গৌতম দাসৰ উপস্থিতত এক শতাধিক লোকে মাছুৱা গাঁওত বিজেপিত যোগদান । আজি মাছুৱা গাওঁত বিজেপি প্ৰাৰ্থী গৌতম দাসৰ উপস্থিতত এক শতাধিক লোকে কৰিলে বিজেপিত যোগদান। আজিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী গৌতম দাস , যুৱ মৰ্চাৰ সভাপতি ৰাজকুমাৰ দাস আদি কৰি বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে উপস্থিত থাকে ।