This browser does not support the video element.
গোলাঘাট: চেলেঙিত গোলাঘাট জিলাৰ ৫ বিধানসভাৰ চাহ জনগোষ্ঠী ৰাইজ, সংগঠনৰ বিষয়ববীয়াৰে আলোচনা মন্ত্ৰী অতুল বৰাৰ
Golaghat, Golaghat | Sep 7, 2025
চেলেঙিত দেওবাৰে সন্ধ্যা প্ৰায় ৭ বজাত গোলাঘাট জিলাৰ ৫ বিধানসভাৰ চাহ জনগোষ্ঠী ৰাইজ, সংগঠনৰ বিষয়ববীয়াৰে আলোচনা মন্ত্ৰী অতুল বৰাৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১৪ ছেপ্টেম্বৰত নুমলীগড়ত এখন বিশাল জনসভা সম্বোধন কৰাৰ লগতে নুমলীগড় শোধনাগাৰৰ জৈৱ-ইথানল প্ৰকল্পৰ শুভ উদ্বোধন। আজি গোলাঘাট জিলাৰ অন্তৰ্গত ৫টা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহ জনগোষ্ঠীয় ৰাইজ, অসম চাহ মজদুৰ সংঘৰ গোলাঘাট জিলাৰ বিষয়ববীয়া, চাহ বাগিচাৰ পৰিচালক, চাহ জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হয়।