This browser does not support the video element.
ঘগ্ৰাপাৰ ভাগ: বৰাজোলত বৰাজোল গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান
Ghograpar Part, Nalbari | Aug 4, 2025
নলবাৰী জিলাৰ ঘগ্রাপাৰ উন্নয়ন খণ্ডৰ অধীনস্থ ১৩ নং বৰাজোল গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সমিতিখনে আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু কাৰ্যালয় গৃহত প্ৰবেশ কৰে।১৩ নং বৰাজোল গাঁও পঞ্চায়তৰ সভাপতি পিংকু দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ঘগ্রাপাৰ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক হৰেশ্বৰ দাসে।নতুন পঞ্চায়ত গৃহটো আনুষ্ঠানিক মুকলি কৰে ঘগ্রাপাৰ মন্ডল বিজেপিৰ সভাপতি মনোজ ডেকাই।এক মাংগলিক অনুষ্ঠানৰ জৰিয়তে গৃহ প্রৱেশ কৰে।