Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত বিশেষ ভাবে সক্ষম ব্যক্তি সকলৰ সৈতে মত বিনিময় কীকৰ ইএম ৰিচাৰ্ড টকবীৰ

Diphu, East Karbi Anglong | Sep 8, 2025
সোমবাৰে দিনৰ তিনিমান বজাত ডিফুত বিশেষভাবে সক্ষম ব্যক্তি সকলৰ সৈতে মত-বিনিময় কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ ইএম ৰিচাৰ্ড টকবীয়ে ৷  ইএম ৰিচাৰ্ড টকবীয়ে বিশেষভাবে সক্ষম ব্যক্তি সকলত সকলো সময়ত সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে ৷
Read More News
T & CPrivacy PolicyContact Us