Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়া সত্ৰ ও অতিৰিক্ত জিলা ন্যায়াধীশ আদালতত গুৰুত্বপূৰ্ণ ৰায়দান, ধৰ্ষণৰ গোচৰত অভিযুক্ত এজনক ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ড

Rangia Part, Kamrup | Sep 6, 2025
ৰঙিয়া সত্ৰ ও অতিৰিক্ত জিলা ন্যায়াধীশ আদালতত গুৰুত্বপূৰ্ণ ৰায়দান। শনিবাৰে ধৰ্ষণৰ গোচৰত অভিযুক্ত এজনক ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ড। ২০১৮ চনত ৰঙিয়াত এগৰাকী নাবালিকাৰ সৈতে সংঘটিত কৰিছিল জঘন্য ধৰ্ষণ কাণ্ড। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ৰঙিয়া থানাত ৰুজু হৈছিল গোচৰ।
Read More News
T & CPrivacy PolicyContact Us