This browser does not support the video element.
ডিফু: তামহিদি আক্লামত বিজেপিৰ গণযোগদান কাৰ্যসূচী, কংগ্ৰেছ আৰু এপিএইছএলচি দলৰ সহস্ৰাধিক কৰ্মীৰ বিজেপিত যোগদান
Diphu, East Karbi Anglong | Aug 26, 2025
মঙলবাৰে বিয়লি প্ৰায় তিনি মান বজাত কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ আমৰি পৰিষদীয় সমষ্টিৰ তামহিদি আক্লাম লং এহ লবইত বিজেপিৰ বিজেপিৰ বৃহৎ গণযোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ দলীয় যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ অমৰছিং তিচোৱে ৷ আজি এই যোগদান কাৰ্যসূচীত সহস্ৰাধিক কংগ্ৰেছ আৰু APHLC দলৰ পৰিয়ালে বিজেপি দলত যোগদান কৰা বুলি জানিব পৰা গৈছে ৷