Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত আপাৰ দেইহৰিৰ পৰা কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান বহু কেইগৰাকী কংগ্ৰেছ কৰ্মী সমৰ্থকৰ

Diphu, East Karbi Anglong | Aug 28, 2025
বৃহস্পতিবাৰে বিয়লি প্ৰায় তিনিমান বজাত ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম ৰিচাৰ্ড টকবীৰ বাসগৃহত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ উক্ত যোগদান কাৰ্যসূচীত দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ পৰা দেইহৰিৰ বহু কেইগৰাকী কংগ্ৰেছৰ কৰ্মী সমৰ্থকে বিজেপি দলৰ নেতৃত্ব আৰু নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ বিজেপি দলত আনুষ্ঠানিক ভাবে যোগদান কৰে বুলি জানিব পৰা গৈছে ৷ ইএম ৰিচাৰ্ড টকবীয়ে আটাই কেইজনক বিজেপি দললৈ উষ্ম আদৰণি জনায় ৷
Read More News
T & CPrivacy PolicyContact Us