This browser does not support the video element.
ওদালগুৰি: কুণ্ডৰবিলত আবছু-এছু সহিতে বিভিন্ন জাতীয় সংগঠনৰ উদ্যোগ ভুমি উচ্ছেদ সম্পৰ্কে সজাগতা সভা
Udalguri, Udalguri | Aug 31, 2025
ওদালগুৰি জিলাৰ অন্তৰ্গত কুন্ডৰবিলত আবছু-এছু সহিতে বিভিন্ন জাতীয় সংগঠনৰ উদ্যোগ ভুমি উচ্ছেদ সম্পৰ্কে সজাগতা সভা অনুস্থিত কৰা হয়। সভাত ওদালগুৰিৰ বিধায়ক তথা ভৈৰবকুন্ড পৰিষদীয় সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, ওদালগুৰি জিলাৰ বন বিষয়া, ওদালগুৰি ৰাজহ চক্ৰ বিষয়াৰ লগতে অঞ্চলৰ বহু সংখ্যক স্থানিয় ৰাইজ উপস্থিত থাকে।